এজাক মানুহ আৰু শগুনৰ সাধু
এজাক চিঞঁৰ বাখৰ কৰা মানুহে বননিত
খেদি ফুৰিছিল হৰিণৰ দুটা পোৱালী। আকাশত উৰি আছিল দুটা নদোকা শগুণ।
এজাক কিৰিলী পৰা মানুহে বাটলু গুটিৰে
শগুণ দুটাক বধ কৰিছিল।
আৰু আটায়ে মিলি ভক্ষণ কৰিছিল শগুণৰ মঙহ।
অনন্ত মোহন শৰ্মা
এজাক চিঞঁৰ বাখৰ কৰা মানুহে বননিত
খেদি ফুৰিছিল হৰিণৰ দুটা পোৱালী। আকাশত উৰি আছিল দুটা নদোকা শগুণ।
এজাক কিৰিলী পৰা মানুহে বাটলু গুটিৰে
শগুণ দুটাক বধ কৰিছিল।
আৰু আটায়ে মিলি ভক্ষণ কৰিছিল শগুণৰ মঙহ।
অনন্ত মোহন শৰ্মা