Sunday, 26 February 2012

লিমাৰিক


লিমাৰিক 
/মাটি দি ঘৰ মুৱা মুখ্যমন্ত্রী গগৈ
মহন্তক গুৱাল গালি কথা কয় নগৈ
চৌদিশে হুঙ্কাৰ
গগৈৰ কিযে অহংকাৰ
দিল্লী লগত আছে কি কৰ কৰগৈ ।।

/ৰংসনা জীৱনৰ নায়ক জীৱন নহয় ৰঙীন
ৰাইজৰ মৰমৰ শিল্পী নবীন কিম্বা প্রবীণ
ভ্ৰাম্যমানত থাকি কিমান অৰ্জন
অৱসৰৰ পিছত পত্নীৰ গৰ্জন
হাতৰ কাণৰ বেছি পাৰ কৰা দিন
/কেলেংকাৰীত কঁপিলে , উত্তৰ কাছাৰ
সাৰ পালে শুই থকা, বিৰোধী ডেন্সাৰ
বিপ্লৱীৰ মৰণ পণ
বিপ্লৱ নহয় লাগে ধন
তদন্তই তদন্ত ,নাই পিছে এন্সাৰ
   ৪/
শিক্ষামন্ত্ৰী শিক্ষক  হ’লে সঁচাই আছিল ভাল
গাধাও পণ্ডিত হ’লেহেতেন আমাৰেই দুৰ্কপাল|
সকলোতেই সংস্কাৰ
ক’ত যে তিৰস্কাৰ
ৰাইজেওঁ বুজিছে  কথাৰ কিমান চাল|      

 -. মো. .


No comments:

Post a Comment