Thursday, 26 January 2012

এজাক মানুহ আৰু শগুনৰ সাধু

এজাক মানুহ আৰু শগুনৰ সাধু

এজাক চিঞঁৰ বাখৰ কৰা মানুহে বননিত
খেদি ফুৰিছিল হৰিণৰ দুটা পোৱালী। আকাশত উৰি আছিল দুটা নদোকা শগুণ।
এজাক কিৰিলী পৰা মানুহে বাটলু গুটিৰে
শগুণ দুটাক বধ কৰিছিল।
আৰু আটায়ে মিলি ভক্ষণ কৰিছিল শগুণৰ মঙহ।
অনন্ত মোহন শৰ্মা

No comments:

Post a Comment